অসম

assam

ETV Bharat / videos

উৰুখা পঁজাত জীৱন সংগ্ৰাম,মিছা প্ৰমাণিত চৰকাৰৰ প্ৰতিশ্ৰুতি - লক্ষীমাই

By

Published : Sep 13, 2019, 6:40 PM IST

দৰিদ্ৰসীমা ৰেখৰ তলৰ লোকক অন্ন-বস্ত্ৰ-বাসস্থানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি চৰকাৰে ৷ কেৱল প্ৰতিশ্ৰুতিহে দিয়ে চৰকাৰে ৷ কিন্তু পালন নকৰে ৷ চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিলে দিচাংমুখৰ এটা পৰিয়ালে । এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details