অসম

assam

ETV Bharat / videos

হৃদয়বিদাৰকঃ শিকলিৰে বন্ধা এজন মানুহ আৰু স্বাধীনতা সংগ্ৰামৰ কথা... - গুণাভিৰাম বৰদলৈ

By

Published : Aug 8, 2019, 11:58 AM IST

শিকলিৰে বান্ধি থোৱা এইগৰাকী হৈছে নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ গুণাভিৰাম বৰদলৈৰ বৰপুত্ৰ ডিম্বেশ্বৰ বৰদলৈ ৷ এতিয়া নিজ ঘৰতে এইদৰে বান্ধি থ’ব লগা হয় এইগৰাকী স্মৃতি শক্তি হ্ৰাস পোৱা শ্বহীদ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈক ৷ কেইবাবাৰো সন্ধানহীন হোৱা এইগৰাকী ডিম্বেশ্বৰ বৰদলৈক চিকিৎসা কৰাবলৈ এতিয়া অৰ্থৰ অভাৱ পৰিয়ালটোৰ ৷ চৰকাৰৰ সুদৃষ্টিৰ পৰা বহু দূৰৈত অৱস্থান কৰা এইগৰাকী শ্বহীদ পুত্ৰক চিকিৎসাৰ অভাৱৰ বাবেই এইদৰে বান্ধি থোৱা হৈছে শিকলিৰে ৷ চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...

ABOUT THE AUTHOR

...view details