অসম

assam

ETV Bharat / videos

কেনে ধৰণৰ চৰকাৰ বিচাৰে আজিৰ ছাত্ৰ সমাজে ?

By

Published : Mar 22, 2021, 5:33 PM IST

সাজু হৈছে জনতা জনাৰ্দন ৷ ভোটৰ অংকত ব্যস্ত এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দল ৷ পিছে কি বিচাৰে আজিৰ ছাত্ৰ সমাজে ? ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ কিমান আশাবাদী ছাত্ৰ সমাজ ? ৰাজ্যৰ শাসনৰ গাদীত আগন্তুক 5 টা বছৰৰ বাবে কেনেকুৱা এখন চৰকাৰ অধিষ্ঠিত হোৱাটো কামনা কৰে আজিৰ ছাত্ৰ সমাজে ? এই লৈ আমি কাষ চাপিছিলো ছাত্ৰ সমাজৰ ৷ ইটিভি ভাৰতৰ POLITICS & CAMPUS ত সকলোৱে প্ৰকাশ কৰিলে নিজৰ মতামত ৷ আজি চাওঁ আহক, 2021 ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ক'লে উজনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান তিনিচুকীয়া কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে...

ABOUT THE AUTHOR

...view details