অসম

assam

ETV Bharat / videos

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত জাগুনত সষ্টম হৈ পৰিছে আৰক্ষীৰ প্ৰশাসনৰ লোক

By

Published : Jan 23, 2020, 10:33 PM IST

অসম অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনৰ অতিকৈ স্পৰ্শকাতৰ কেইবাটাও অঞ্চলত লেখাপানী আৰু জাগুন আৰক্ষীৰ লগতে বিশেষ কামাণ্ডো বাহিনীয়ে এক অভিযান চলায় ৷ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ লোক ৷

ABOUT THE AUTHOR

...view details