অসম

assam

কি ক'লে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ???

By

Published : May 17, 2019, 5:24 PM IST

বৃহস্পতিবাৰে আৰক্ষীৰ জেৰাৰ অন্তত বিস্ফোৰণৰ লগত জড়িত আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া আটক কৰে আৰক্ষীয়ে ৷ পাচত শুকুৰবাৰে দুয়োকে আদালতত হাজিৰ কৰা হয় ৷ এই সমগ্ৰ বিস্ফোৰণ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কি ক'লে সাংবাদিকৰ আগত চাওক এক প্ৰতিবেদন-

ABOUT THE AUTHOR

...view details