অসম

assam

ETV Bharat / videos

ইভিএমত বন্দী ভাগ্য...কি প্ৰতিক্ৰিয়া মন্ত্ৰী সঞ্জয় কিষাণৰ ? - ফলাফলৰ আগমুহুৰ্তত সঞ্জয় কিষাণৰ সৈতে আছুতীয়া বাৰ্তালাপ

By

Published : May 1, 2021, 7:51 PM IST

Updated : May 1, 2021, 9:47 PM IST

ইতিমধ্যে ইভিএমত বন্দী হৈছে ৰাজ্যৰ 126 টা সমষ্টিৰ 946 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ মাজত মাথো আৰু কেইটামান মুহুৰ্ত বাকী ৷ ৰাজ্যবাসীৰ সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই শেষ হাঁহি মাৰিব কোনে ! পাৰিবনে বিজেপিয়ে পুনৰবাৰ দিশপুৰৰ গাদী দখল কৰিব ! নে বিৰোধীয়ে সকলো ওফৰাই কাঢ়ি ল’ব শাসনৰ বাঘজৰী ৷ সকলো বিৱৰি ক’লে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷ তিনিচুকীয়াৰ সংবাদদাতা প্ৰেমানন্দ দাসে আঁত ধৰে এই বিশেষ সাক্ষাৎকাৰৰ-
Last Updated : May 1, 2021, 9:47 PM IST

ABOUT THE AUTHOR

...view details