হাতত ৰুমাল নোলোৱাকৈ নাহিব দীঘলীপুখুৰীলৈ ! - dighali pukhuri
হাতত ৰুমাল নোলোৱাকৈ দীঘলী পুখুৰীৰ পাৰলৈ নাযাব এতিয়া ৷ দুৰ্গন্ধই ব্যতিবস্ত কৰিব তুলিব আপোনাক ৷ পৰ্যটন নিগমৰ অধীনত থকা ঐতিহ্যমণ্ডিত পুখুৰীতো বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে হৈ পৰিছে পুতি গন্ধময় ৷ এই অভিযোগ দীঘলী পুখুৰীৰ পাৰলৈ অহা একাংশ লোকৰ ৷