অসম

assam

By

Published : Apr 1, 2021, 6:41 PM IST

ETV Bharat / videos

কমলপুৰত শান্তিপূৰ্ণ ভোটদান

ৰাজ্যত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কমলপুৰ সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ উল্লেখ্য সমষ্টিটোৰ কেইবাটাও ইভিএম বিসংগতিৰ বাবে ভোটদান প্ৰক্ৰিয়াত দুই-তিনি ঘণ্টা পলম হয় ৷

ABOUT THE AUTHOR

...view details