অসম

assam

By

Published : May 8, 2021, 12:18 PM IST

ETV Bharat / videos

পাঠশালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান চেনীটাইজ বজালী জিলা প্ৰশাসনৰ

সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাতো ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে । ক’ভিড মহামাৰী প্ৰতিৰোধৰ লক্ষ্যৰে বজালী জিলা প্ৰশাসনে বিভিন্ন পন্থা গ্ৰহণ কৰিছে । শুকুৰবাৰে বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত পাঠশালা নগৰখন চেনিটাইজ কৰা হয় । ইয়াৰ লগতে শুকুৰবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ বজালী জিলা উপায়ুক্তই পশুধনৰ বজাৰ, হাট বজাৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ।

ABOUT THE AUTHOR

...view details