এখন আদৰ্শ গাঁও; কিন্তু আছে কি গাঁওখনত? - ETV BHARAT
অসম আন্দোলনৰ পাচতেই ১৯৮৪ চনত ভূমিহীন হোৱা বিভিন্ন অঞ্চলৰ প্ৰায় ৪০ টা পৰিয়ালক সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সংস্থাপিত কৰিছিল নগাঁৱৰ হাতীচুং ফুলনিআটিৰ পাৰ্শ্বৱৰ্তী এই অঞ্চলত । আৰু নাম ৰখা হৈছিল আদৰ্শ গাঁও ৷ কিন্তু আজি সৰ্বদিশতে অৱহেলিত এইখন ফুলনিআটি আদৰ্শ গাঁও ৷