অসম

assam

ETV Bharat / videos

Pagaldiya festival in Nalbari: নলবাৰীৰ মৈৰাদঙাত পাগলদিয়া মহোৎসৱৰ প্ৰস্তুতি তুংগত - নলবাৰীৰ গনেশ মন্দিৰ

By

Published : Jan 2, 2022, 7:27 PM IST

নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত চলিছে পাগলদিয়া মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি (Pagaldiya Mohotsav Preparation) ৷ সোণপুৰ ব'ল বম মন্দিৰৰ উদ্যোগত চলিত মাহৰ ৬ পৰা ১৯ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব পাগলদিয়া মহোৎসৱ (Pagaldiya Mohotsav in Nalbari) ৷ এই মহোৎসৱত থাকিব বাণিজ্য মেলাৰ পৰা আৰম্ভ কৰি, জীৱন-মৰণ খেল, যাদুকৰী খেলৰ লগতে বিভিন্ন মনোৰঞ্জন ধৰ্মী অনুষ্ঠানো । উল্লেখ্য যে, নলবাৰীৰ পাগলদিয়া ৰিৰ্জটৰ সমীপত পাগলদিয়াৰ পাৰত মৌচুমী সংঘৰ খেল পথাৰত অনুষ্ঠিত হ'ব লগা এই মেলাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷

ABOUT THE AUTHOR

...view details