অসম

assam

ETV Bharat / videos

আমেৰিকাতো জনপ্ৰিয় পদ্মা ভাণ্ডাৰৰ চিঙৰাৰ কথাৰে...

By

Published : Jul 27, 2019, 1:54 PM IST

পদ্মা ভাণ্ডাৰ । মহানগৰীৰ এখন চিনাকী চাহৰ বিপনী ৷ 18 বছৰ পূৰ্বে বামুণীমৈদামত আৰম্ভ কৰা এই বিপনীলৈ বিয়লিৰ পৰা ভিৰ হয় সুস্বাদু চাহ , চিঙৰা, নিমকি আদিৰ সোৱাদ লোৱা খাদ্যৰসিকৰ ৷ কেৱল মহানগৰীতে নহয় আন ঠাইৰ পৰাও অৰ্ডাৰ আহে চিঙৰা আৰু গজাৰ ৷ সত্যৱতী দাস আৰু তেওঁৰ পুত্ৰ প্ৰনৱ দাসে উন্নত মানৰ সামগ্ৰীৰে চিঙৰা, নিমকি প্ৰস্তুত কৰি সোৱাদ দি আহিছে গ্ৰাহক সকলক । বিয়লি ৩ মান বজাৰ পৰা আৰম্ভ কৰা চাহৰ বিপনী খনত নিশালৈকে বহু গ্ৰাহকে ভিৰ কৰে । ইমানেই নহয় আমেৰিকাত থকা কেইবাগৰাকী লোকে আমেৰিকালৈও লৈ যায় এই সু স্বাদু চিঙৰা ...

ABOUT THE AUTHOR

...view details