অসম

assam

ETV Bharat / videos

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ গচকত এজনৰ মৃত্যু - দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

By

Published : Nov 2, 2021, 10:41 PM IST

মঙলবাৰে নাহৰকটীয়াৰ জয়পুৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ গচকত মৃত্যু হয় এজনৰ । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নিমখপুং অঞ্চলত সংঘটিত এই ঘটনা । ঘটনাস্থলীত বনবিভাগ আৰু আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ পৰ্যবেশন কৰা লগতে তদন্ত আৰম্ভ কৰিছে । হাতীৰ গচকত মৃত্যু হোৱা লোকজনৰ চিনাক্তকৰণ এই পৰ্যন্ত হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ABOUT THE AUTHOR

...view details