কৰিমগঞ্জত অন কেমেৰা চাইকেল চুৰি - কৰিমগঞ্জত অন কেমেৰা চাইকেল চুৰি
কৰিমগঞ্জ চহৰৰ মাজমজিয়াত চোৰৰ দপদপনি । চিচি কেমেৰাত বন্দী হ'ল সম্পূৰ্ণ চুৰি কাণ্ড । চহৰৰ নীলমনি ৰোডৰ এজন যুৱকে চাইকেল ৰাখি কাষত ঘৰত সোমাইছিল তেনে সময়তে এটা চোৰে আহি চাইকেল খন লৈ উধাও হয় ৷ অৱশ্যে বৰ্তমানলৈকে চোৰটোক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই ৷