অসম

assam

ETV Bharat / videos

ওমলা চোতালত নিৰৱ নিথৰ নীৰজৰ শেষকৃত্য

By

Published : Jun 4, 2019, 3:31 PM IST

প্ৰচণ্ড বৰষুণ আৰু প্ৰতিকূল বতৰকো আওকাণ কৰি আগবাঢ়িছে এদল মানুহ চকুলো আৰু বৰষুণে জুমুৰি দি ধৰা মানহবোৰৰ মুখত এটাই শব্দ ‘অমৰ হওঁক নীৰজ চেত্ৰী’ ৷ ঠিকেই দেশ আৰু জাতিৰ বাবে উচৰ্গিত এটা নাম যেন হেৰাই গ’ল ৷ নিথৰ নীৰজ এতিয়া নিৰৱ ৷ বিশ্বনাথৰ কাউৰী পথাৰ নেপালী গাঁৱত মঙলবাৰে শেষকৃত্য সম্পন্ন কৰা হয় নীৰজ চেত্ৰীৰ ৷ বীৰ শ্বহীদ গৰাকীলৈ আমিও জনালোঁ শ্ৰদ্ধাঞ্জলি ...

ABOUT THE AUTHOR

...view details