অসম

assam

নৈশ সান্ধ্য আইন: স্তব্ধ হৈ পৰিছে যোৰহাট চহৰ

By

Published : Apr 27, 2021, 10:33 PM IST

সমগ্ৰ দেশৰ লগতে কৰ’ণাৰ দ্বিতীয় ঢৌৱে এতিয়া ব্যাপক প্ৰভাৱ পেলাইছে অসমতো । যোৰহাটতো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে মঙলবাৰৰ পৰা 1মে'লৈ নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে । নৈশ সান্ধ্য আইন আৰম্ভ হোৱাৰ লগে লগে এতিয়া সদা ব্যস্ত যোৰহাট চহৰত নিমাও-মাও পৰিৱেশে বিৰাজ কৰে ৷ সমান্তৰালকৈ নৈশ সান্ধ্য আইনক লৈ তৎপৰ হৈ পৰিছে যোৰহাটৰ আৰক্ষী প্ৰশাসনো ৷

ABOUT THE AUTHOR

...view details