বিহালীত যুৱ প্ৰজন্মৰ ভোটাৰে কি কয় ?
বিশ্বনাথ জিলা প্ৰশাসনে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ সকলৰ বাবে যাতায়তৰ বিশেষ ব্যৱস্থা কৰা বুলি জিলা প্ৰশাসনে ঘোষণা কৰিছিল যদিও দিনৰ 12 বজালৈ ভোটাৰ সকলৰ বাবে যাতায়তৰ ব্যৱস্থা নকৰা অভিযোগ জিলা প্ৰশাসনৰ বিৰুদ্ধে । তেজপুৰৰ লোকসভা সমষ্টিৰ অধীনৰ 90 নং বৰগাং প্ৰাথমিক বিদ্যালয়ৰ পৰা সাংবাদিক শ্ৰীমন্ত দাসৰ এক প্ৰতিবেদন ৷