অসম

assam

ETV Bharat / videos

ফণীধৰ তালুকদাৰৰ সমুখত নতুন প্ৰত্যাহ্বান - ভৱানীপুৰ সমষ্টি

By

Published : Oct 12, 2021, 9:52 PM IST

মাটিৰ জালিয়টি তথা একাধিক বিতৰ্কত সাঙোৰ খাই পৰা ফণীধৰ তালুকদাৰৰ মনোনয়ণ প্ৰত্ৰ খনৰ সৈতে ভুল তথ্য দিয়া বুলি নিৰ্বাচনী আয়োগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দুয়োটা দলৰ সদস্যই । অহা ৩০ অক্টোবৰত হ’ব লগীয়া ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনক লৈ বিজেপিয়ে আৰম্ভ কৰিছে হাইভল্টেছ প্ৰচাৰ অভিযান ৷ মনোনয়ন দাখিলৰ পিছৰে পৰা জয়লাভৰ আশাত নাচি বাগি আত্মহাৰা হোৱা ফণী তালুকদাৰক প্ৰত্যাহ্বান জনাইছে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছী নেতাই । এই সন্দৰ্ভত সমষ্টিটোত ভোটাৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত বিষয়টো সন্দৰ্ভত নিৰ্বাচন আয়োগে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব ।

ABOUT THE AUTHOR

...view details