অসম

assam

By

Published : Mar 9, 2021, 2:30 PM IST

ETV Bharat / videos

মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি বিপাঙত পৰিল নৰেন সোণোৱাল

মনোনয়ন দাখিল কৰিবলৈ অহি বিপাঙত পৰিল নাহৰকটীয়া সমষ্টিৰ অগপৰ প্ৰাৰ্থী নৰেন সোনোৱাল। সাংবাদিকৰ প্ৰশ্নত উত্তৰ দিবলৈ গৈ কথাৰ সুৰ সলনি হ'ল প্ৰাৰ্থী গৰাকীৰ ৷ পাহৰিয়ে থাকিলে বন্ধুত্বমূলক প্ৰাৰ্থী কোন ৷ প্ৰাৰ্থী গৰাকীৰ মতে, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা মানে হৈছে মিত্ৰতাৰ পাচত হোৱা বন্ধুত্ব ৷ কাৰো মনত বেয়া ভাৱ নাৰাখি দুয়োজনে নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাই হোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা ৷ ৰাজনীতিৰ পথাৰত লুৰিণ জ্যোতি গগৈ তেনেই নতুন গতিকে মূল প্ৰতিদ্বন্দ্বিতা হ'ব তৰংগ গগৈৰ লগত ৷ কাৰণ দুয়োজনেই লোকেল ৷

ABOUT THE AUTHOR

...view details