অসম

assam

ETV Bharat / videos

বিজ্ঞান শাখাত ষষ্ঠ স্থানেৰে উজলিল চিৰাঙৰ নম্ৰতা নাথ - চিৰাং

By

Published : May 25, 2019, 12:45 PM IST

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ষষ্ঠ স্থান দখল চিৰাঙৰ নম্ৰতা নাথৰ ৷ চিৰাঙৰ বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 472 নম্বৰেৰে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় নম্ৰতা নাথে ৷

ABOUT THE AUTHOR

...view details