অসম

assam

আশ্ৰয় শিবিৰৰ পৰা উভটি উচুপি উঠিল এজনী কণমানি......

By

Published : Jul 21, 2019, 8:20 PM IST

বানৰ তাণ্ডৱত ঘৰ বাৰী এৰি ওখ পথত আশ্ৰয় লোৱা ভগামুখৰ এটা পৰিয়ালে আশ্ৰয় শিবিৰৰ পৰা উভতি আহি নাপালে নিজৰ ঘৰখন । বানত সবশ্ৰ হেৰুৱা জহুৰ আলীৰ পৰিয়ালটোৰ সপোনবোৰ ঠান-থিত লগাৰ আগতেই পুনৰ জুইত ভস্মীভূত হ'ল পৰিয়ালটোৰ সকলো ৷ যাৰ পাচতে এতিয়া অনাহাৰে দিন কটাইছে পৰিয়ালটোৱে । চাওক এক প্ৰতিবেদনঃ

ABOUT THE AUTHOR

...view details