অসম

assam

ETV Bharat / videos

কাগজ কল সন্দৰ্ভত স্থায়ী সমাধানৰ দাবী জাগীৰোড কাগজ কল কৰ্মচাৰীৰ - জাগীৰোড কাগজ কলৰ কৰ্মচাৰী

By

Published : Jan 10, 2020, 5:56 AM IST

কাগজকলৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক বিত্তীয় সাহায্য ঘোষণাৰ পাছতে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিলে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীয়ে। কাগজ কল দুটা কাৰ্যক্ষম কৰাৰ ভুৱা আশ্বাস প্ৰদান কৰি ৬০ গৰাকীকৈ কৰ্মচাৰীক মৃত্যুৰ দিশে ঠেলি দিয়াৰ লগতে ৩ গৰাকী কৰ্মচাৰীক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীক ৰাজপথত ভিক্ষা খুজিবলৈ বাধ্য কৰাইছে পৰিৱৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰখনে ৷ এককালীন সাহায্য পদক্ষেপক আদৰণি জনায় যদিও কাগজ কল দুটাৰ কৰ্মচাৰীৰ অনাদায় দৰমহা আদায় দি কল দুটাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় কৰ্মচাৰী সকলে ৷

ABOUT THE AUTHOR

...view details