অসম

assam

By

Published : Sep 11, 2019, 11:29 PM IST

ETV Bharat / videos

শৰতৰ প্ৰাক ক্ষণত শুকুলা দলিছা পাৰিছে প্ৰকৃতিয়ে

মৰিগাঁও, 11 চেপ্টেম্বৰঃ শৰতৰ আগমণৰ পূৰ্বে অতি মনোমোহা হৈ পৰিছে চৌপাশ ৷ বানৰ বিভীষিকাৰ পাচত যেন শৰত অহাৰ বাতৰি পাই শুকুলা দলিছা পাৰি দিছে প্ৰকৃতিয়ে....ফুলিছে শেৱালী, কঁহুৱা ৷ এইয়া শৰত অহাৰ সময়....

ABOUT THE AUTHOR

...view details