অসম

assam

By

Published : Dec 28, 2020, 3:57 PM IST

ETV Bharat / videos

কৰিমগঞ্জত সংঘটিত মৰেল পুলিচিঙৰ ঘটনা

কৰিমগঞ্জ চহৰত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা ৷ এজন যুৱকক চাইকেল চুৰি কৰাৰ অপৰাধত কৰায়ত্ত কৰি একাংশ লোকে আৰম্ভ কৰি দিয়ে মৰেল পুলিচগিৰি ৷ ঘটনাস্থলীত উপস্থিত উত্তেজিত লোকসকলে যুৱকজনৰ চুলি কাটি দিয়ে ৷ ইতিমধ্যে এই কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ এই খবৰ বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত কৰিমগঞ্জ সদৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷

ABOUT THE AUTHOR

...view details