সমগ্ৰ ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ মহৰম পালন - পৱিত্ৰ উৎসৱ মহৰম
সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ মহৰম। মহৰমৰ দিনটোতেই কাৰবলাৰ মৈদানত শ্বহীদ হৈছিল ইমাম হজৰত হুছেইন । তেতিয়াৰ পৰাই মুছলমান সকলে এই মহৰম উৎসৱ পালন কৰি আহিছে...আমাৰ এক প্ৰতিবেদন