ছাত্ৰী নিৰ্যাতনৰ ঘটনাক লৈ উদ্বিগ্ন বিধায়িকা নন্দিতা দাস - বিধায়িকা নন্দিতা দাস
নিতৌ ঘটিবলৈ ধৰা ছাত্ৰী নিৰ্যাতনৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ বকোৰ বিধায়িকা নন্দিতা দাসৰ ৷ চৰকাৰে আৰক্ষী থানাসমূহত ব্যৱস্থা কৰা মহিলা শাখাসমূহ বৰ্তমানলৈ কাৰ্যক্ষমত হৈ নুঠাত অসন্তুষ্টি ব্যক্ত বিধায়িকাগৰাকীৰ ৷ শিক্ষানুষ্ঠানত ঘটি থকা এই ঘটনাসমূহ ৰোধ কৰিবলৈ হ'লে চৰকাৰ কঠোৰ হোৱাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান বিধায়িকাগৰাকীৰ ৷