পাঠশালা নগৰৰ উন্নয়নৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
পাঠশালা পৌৰসভা(Pathsala Municipality)ত উপস্থিত হৈ বহু সমস্যা সন্দৰ্ভত পৌৰসভা বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Das) ৷ বৈঠকত পাঠশালা বাছ আস্থানৰ বাবে সংৰক্ষিত ভূমিত কেনেদৰে স্থায়ী বাছ আস্থান নিৰ্মাণ কৰা হ’ব, নিৰ্মাণৰত পাঠশালা বজাৰ বিল্ডিং আদি সন্দৰ্ভত আলোচনা কৰা হয় ৷ চাওক এই প্ৰতিবেদন...