অসম

assam

ETV Bharat / videos

বকোত ক’ভিড পৰিস্থিতি নিৰিক্ষণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Jun 28, 2021, 8:29 PM IST

বকোত ক’ভিড পৰিস্থিতি নিৰিক্ষণ কৰাৰ বাবে সোমবাৰে উপস্থিত হয় উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বকো হাইস্কুলত স্থাপন কৰা ক’ভিড ভেকচিন চেন্টাৰত উপস্থিত হৈ পৰিস্থিতি নিৰিক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে ৰাজ্যত প্ৰতিদিনে 3 লাখকৈ লোকক ভেকচিন প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কামৰূপ জিলাত দেওবাৰলৈ 3 লাখ 57 হাজাৰ লোকক ভেকচিন দিয়া হৈছে বুলি মন্তব্য কৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে বকোত ক’ভিড চেন্টাৰ নিৰিক্ষণ কৰাৰ সময়ত সাংসদ কুইন ওজা, বকোৰ বিধায়িকা নন্দিতা দাসৰ লগতে জিলা প্ৰশাসনৰ বহুকেইজন শীৰ্ষস্থানীয় বিষয়া উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details