হু ইজ বদৰুদ্দিন আজমল: ভৱেশ কলিতা - assam election
"হু ইজ বদৰুদ্দিন আজমল ? আজমলৰ মূৰৰ বিকৃতি ঘটিছে ৷ কিয়নো বদৰুদ্দিন আজমলে অসমীয়াৰ স্বাভিমান গামোচা দলিয়াই অপমান কৰিছে’’- বৃহস্পতিবাৰে এইদৰে আজমলৰ বিৰুদ্ধে গৰজি উঠে মন্ত্ৰী ভৱেশ কলিতা ৷ কমলপুৰ সমষ্টিৰ এক ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী কলিতাই ৷