অসম

assam

ETV Bharat / videos

ব্যক্তিগত প্ৰতিষ্ঠানে যোগান ধৰা মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক বিসংগতি - Mid day meal protest latest news

By

Published : Nov 1, 2019, 11:32 PM IST

হোজাইৰ ৩৯০ খন বিদ্যালয়ত মুনলাইট নামৰ স্বেচ্ছাসেৱী সন্থাই যদি যোগান ধৰিলে অপৰিষ্কাৰ,অনুপযোগী কলা ভাত আৰু ৰহৰ দালি ইয়াৰ সমান্তৰালকৈ গোলাঘাটৰ কছাৰীহাটৰ দয়াৱতী এডুকেচনেল চেৰীটেবল চছাইটিয়েও মধ্যাহ্ন ভোজনত বেমেজালি কৰাৰ অভিযোগ উত্থাপন কৰে বিদ্যালয় কৰ্তৃপক্ষৰ ৷ আনহাতে ডুমডুমাত মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ অনা NGO ৰ লোকক খেদি পঠিওৱাৰ লগতে খাদ্য সমূহ নষ্ট কৰি পেলাই দিয়ে উত্তেজিত মহিলাকৰ্মীসকলে ৷ লগতে ওদালগুৰি, ৰৌতাৰ প্ৰতিবাদকাৰীসকলে মাজ পথতে আৱদ্ধ কৰি ৰাখিলে মধ্যাহ্ন ভোজন কঢ়িয়াই নিয়া গাড়ী ৷ এই সন্দৰ্ভত এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details