ৰাজ্যজুৰি শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ অসহযোগ আন্দোলন - ETV_ASSAM
ৰাজ্যজুৰি প্ৰতিবাদত নামিছে শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰী ৷ বিলক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ অসহযোগ আন্দোলনৰ ফলত অচল হৈ পৰিছে শক্তি বিভাগ ৷ বিভাগটোৰ অস্থায়ী কৰ্মীয়ে জানিবলৈ দিয়া মতে শক্তিখণ্ডৰ অধীনৰ (APDCL/APGCL/AEGCL) অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰণৰ পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণাৰ পাচতো চাকৰি নিয়মীয়া নকৰাত সমগ্ৰ অসমতে প্ৰতিবাদত নামিছে কৰ্মীসকল ৷ এই সন্দৰ্ভত চাওক এক বিশেষ প্ৰতিবেদন..............