অসম

assam

By

Published : Dec 7, 2021, 8:28 PM IST

ETV Bharat / videos

Doctor protest at JMCH : স্তব্ধ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসা সেৱা

অচল হৈ পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা সেৱা (Medical service defunct at Johat Medical College) । চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে ৰোগী ৷ পুৱাৰ পৰাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক সকলে বিভিন্ন দাবী তুলি আৰম্ভ কৰে প্ৰতিবাদ (Junior Doctor protest at JMCH) ৷ যোৱা 27 নৱেম্বৰ তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ কণিষ্ঠ চিকিৎসক সকলে OPD বৰ্জন কৰি আহিছে ( Junior doctor protest in India) ৷ NEET PG counseling বিভিন্ন অজুহাতত পিছুৱাই থকাৰ বাবেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কণিষ্ঠ চিকিৎসক সকলে ৷ স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ পৰা বহুদিন ধৰি বঞ্চিত হৈ অহাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ 60% কণিষ্ঠ চিকিৎসকে 100% কামৰ বোজা ল’বলগীয়া হৈছে ৷ সেয়ে মঙলবাৰে পুনৰ OPD সেৱা বৰ্জন কৰিছে কণিষ্ঠ চিকিৎস সকলে ৷

ABOUT THE AUTHOR

...view details