অসম

assam

ETV Bharat / videos

আদালতত হাজিৰ নহ'ল সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী

By

Published : Sep 11, 2019, 8:48 PM IST

মিছিং সকলৰহৈ একো কৰা নাই সত্ৰাধিকাৰে, মাজুলী বৈষ্ণৱপীঠ নহয়, এই মন্তব্য মাজুলীৰ একাংশ মিচিং জনগোষ্ঠীৰ লোকৰ ৷ সত্ৰপীঠ মজুলীত খীষ্ট্ৰান আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি আইনৰ ৰোষত পৰিছে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী । প্ৰশান্ত পায়েঙ নামৰ লোকজনে দিয়া গোচৰৰ ভিত্তিত মাজুলী মহকুমা সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতে বুধবাৰে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল সত্ৰাধিকাৰগৰাকীক, কিন্তু সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে আদালতৰ পৰা সময় বিচাৰিছে ৷

ABOUT THE AUTHOR

...view details