বিদেশী পৰ্যটকৰ হাতত প্ৰাণ পাইছে মাজুলীৰ মুখাশিল্পই...
বিশ্ব প্ৰসিদ্ধ মাজুলীৰ মুখা শিল্প এতিয়া মাজুলীৰে সম্পদ হৈ থকা নাই ৷ বিদেশৰ বুকুতো চৰ্চা চলে মাজুলীৰ মুখা শিল্পৰ ৷ বিশ্বত সমাদৃত হৈছে গৰুণ্ডপক্ষীৰ পৰা আৰম্ভ কৰি ৰামায়ণ মহাভাৰত,পুৰাণত বৰ্ণিত বিভিন্ন চৰিত্ৰৰ মুখা শিল্পৰ ৷ সীমাৰ পৰিধি ভাঙি মাজুলীলৈ মুখা শিল্পৰ প্ৰশিক্ষণ ল'বলৈ ঢপলিয়াই আহিছে বিদেশী পৰ্যটক...