মাজুলীত মৎস্য চিকাৰৰ আনন্দ
আঘোণৰ সোণাৱলী পথাৰৰ সোণগুটি ছপোৱাৰ সমান্তৰালকৈ মাজুলীৰ গাঁৱে-গাঁৱে চলিছে মাছ ধৰা পৰ্ব ৷ মাজুলীৰ নৈ বিল পুখুৰী জলাশয়ৰ মাজত মাছ ধৰি আনন্দত মতলীয়া কৃষী চহকী ৰাইজ ৷ মাছ পোৱাৰ আনন্দত কোনোৱে যদি বিহুগীত গাই আনন্দ প্ৰকাশ কৰে তেনে কোনোৱই আকৌ জুৰিলে বনগীত ৷