অসম

assam

By

Published : Oct 30, 2019, 9:21 PM IST

ETV Bharat / videos

বাঁহ শিল্পৰে সংস্থাপনৰ বাট বুলিছে মাজুলীৰ প্ৰবিত্ৰ ফুকনে

"যাৰ নাই বাঁহ, তাৰ নাই সাহ" ৷ হয় ৷ বাঁহৰেই সাহস দেখুৱাইছে মাজুলীৰ এগৰাকী কৰ্মমুখি ব্যক্তিয়ে ৷ এইগৰাকী কাৰুশিল্পকাৰে নিজস্ব শৈলীৰে নিৰ্মান কৰিছে বাঁহৰ না না সামগ্ৰী ৷ বিশেষকৈ বাঁহৰ চাইকেল, নাঁও, সফুৰা, শৰাই, চকী, মেজ, টেবুল, টেবুল ফেন, থগা, বাঁহৰ গিলাচ, বাঁহৰ বটলকে আদি কৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী তৈয়াৰ কৰি জনপ্ৰিয় হৈ পৰিছে মাজুলীৰ বিহিমপুৰ গাঁৱৰ এইগৰাকী 35 বছৰীয়া কুটিৰ শিল্পী প্ৰবিত্ৰ ফুকন ৷

ABOUT THE AUTHOR

...view details