মুম্বাইৰ সুউচ্চ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ; ভাইৰেল ভিডিঅ' - সুউচ্চ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড
মুম্বাইৰ লালবাগ ৱৰ্লি অঞ্চলৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৷ ৬০ মহলীয়া অট্টালিকাৰ ১৯ মহলাত সংঘটিত এই অগ্নিকাণ্ড । ইতিমধ্যে এই অগ্নিকাণ্ডৰ এটা ডিভিঅ' ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত ক'লা পেণ্ট আৰু বগা চাৰ্ট পোচাক পৰিধান কৰা এজন মানুহ ভৱনটোৰ পৰা পৰি যায় তললৈ ।