অসম

assam

By

Published : Apr 6, 2021, 5:53 PM IST

ETV Bharat / videos

অসমত মহাজোঁটৰ চৰকাৰ হ’ব: আব্দুৰ ৰহিম আহমেদ

বৰপেটা সদৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে গান্ধাৰীপাৰাত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটাত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷ কংগ্ৰেছ, এআইইউডিএফ, বিপিএফ, চিপিআইএম, চিপিআইএমএল, আঞ্চলিক গণ মৰ্চাকে ধৰি সাতোটাকৈ ৰাজনৈতিক দল একত্ৰিত হোৱাত বৰপেটাৰ আটাইকেইখন আসন মহাজোঁটে লাভ কৰিব বুলি উল্লেখ কৰে ৷ প্ৰথম, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ভাল ফলাফল লাভ কৰাৰ দাবী কৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে অধিক আসন লাভ কৰি দিছপুৰত মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে বৰপেটা সদৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে ৷

ABOUT THE AUTHOR

...view details