অসম

assam

ETV Bharat / videos

নেৰা-নেপেৰা বৰষুণ,উভালি পৰিল প্ৰকাণ্ড গছ

By

Published : Jul 13, 2019, 9:17 PM IST

Updated : Jul 13, 2019, 9:54 PM IST

নেৰা নেপেৰা বৰষুণৰ ফলত উভালি পৰিল ৫০ বছৰ পুৰণি প্ৰকাণ্ড গছ কথমপি প্ৰাণ ৰক্ষা পথচাৰীৰ শনিবাৰে মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় অঘটন পাণ্ডু মহাবীৰ আখাৰা হনুমান মন্দিৰৰ ওপৰত পৰে গছজোপা গছডাল ৰাজপথত পৰা ফলত ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা
Last Updated : Jul 13, 2019, 9:54 PM IST

ABOUT THE AUTHOR

...view details