অসম

assam

ETV Bharat / videos

Olympic ত লাভলীনাৰ অভিষেক : ৰাইজৰ মনত উৎসুকতা - Lovlina Borgohain at olympic 2020

By

Published : Jul 27, 2021, 9:29 AM IST

Updated : Jul 27, 2021, 9:48 AM IST

মঙলবাৰে অলিম্পিকত অভিষেক কৰিব গোলাঘাটৰ জীয়াৰী লাভলীনা বৰগোঁহাইয়ে ৷ জাৰ্মানীৰ বক্সাৰ নাদিনে আপেটজৰ বিৰুদ্ধে বক্সিং ৰিঙত নামিব লাভলীনা ৷ আজি অনুষ্ঠিত হ’ব লগীয়া লাভলীনাৰ মেচখন হ’ব প্ৰি কোৱাৰ্টাৰ ফাইনেল (Pre-Quarter final) পৰ্যায়ৰ এখন মেচ ৷ এই খেলখনক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ লগতে উৎসুকতাই বিৰাজ কৰিছে লাভলীনাৰ গৃহ চহৰ গোলাঘাটত ৷ গ’ ফৰ গ্ল’ৰী শ্ল‘গানেৰে সকলোৱে লাভলীনাক জনাইছে শুভেচ্ছা ৷
Last Updated : Jul 27, 2021, 9:48 AM IST

ABOUT THE AUTHOR

...view details