অসম

assam

ETV Bharat / videos

ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈৰ ভোটদান

By

Published : Mar 27, 2021, 3:11 PM IST

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈয়ে ভোট প্ৰদান কৰে ৷ কাকতিবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত ভোট প্ৰদান কৰে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে । 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত জাতীয়তাবাদৰ উত্থান হ'ব বুলি আশাবাদী প্ৰাৰ্থী গৰাকী ।

ABOUT THE AUTHOR

...view details