অসম

assam

ETV Bharat / videos

লক্ ডাউনৰ শিক্ষাঃ ফুলকুমলীয়া বয়সতে কান্ধত পৰিছে পৰিয়ালৰ দায়িত্ব

By

Published : May 12, 2020, 9:41 PM IST

Updated : May 13, 2020, 12:55 PM IST

দীঘলীয়া লক্ ডাউনৰ বাবেই কেওফালে হাহাকাৰ ৷ কৰবাত যদি খাদ্যৰ বাবে, কৰবাত আকৌ চিকিৎসাৰ বাবে হাহাকাৰ অনেকজনৰ ৷ পিছে, এই জটিল সময়েও বহুজনক দিছে ইতিবাচক শিক্ষা ৷ এই সময়ছোৱাত বহুতে শিকিছে জীৱনবোধ, দ্বায়িত্ববোধৰ আদিপাঠ ৷ জটিল সময়ৰ মাজতেই ফুলকুমলীয়া বয়সতেই জীৱন সংগ্ৰামৰ কঠোৰ বাস্তৱৰ মুখামুখি হৈছে একাংশ শিশু-কিশোৰ ৷ কান্ধ পাতি লৈছে পৰিয়ালৰ দ্বায়িত্ব ৷
Last Updated : May 13, 2020, 12:55 PM IST

ABOUT THE AUTHOR

...view details