অসম

assam

ETV Bharat / videos

গুৰ আৰু নেমুৰ শীতল পানীয় - নেমুপানী

By

Published : Jun 6, 2020, 6:24 PM IST

Updated : Jun 6, 2020, 6:32 PM IST

গুৰৰ নেমু চৰবত অথবা গুৰৰ নেমুপানী সকলো শীতল পানীয়ৰ ভিতৰতে অতি সাধাৰণ আৰু অন্যতম ৷ শৰীৰত গ্ল'কজৰ ধৰণে শক্তি বৃদ্ধি কামত সহায় কৰে গুৰে ৷ ইয়াৰোপৰি গ্ৰীষ্মকালত শৰীৰ সতেজ কৰাৰ লগতে হজমৰ ক্ষেত্ৰটো সহায় কৰে নেমুপানীয়ে ৷
Last Updated : Jun 6, 2020, 6:32 PM IST

ABOUT THE AUTHOR

...view details