অসম

assam

By

Published : Jun 28, 2020, 5:40 PM IST

ETV Bharat / videos

গোলাঘাটত লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক

গোলাঘাট, 28 জুন: ৰাজ্যজুৰি কৰ'ণা ভাইৰাছে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ যাৰ পৰিপেক্ষিতত গুৱাহাটীত 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন আৰু আন সমূহ জিলাত প্ৰতি শনি আৰু দেওবাৰে লক ডাউন ঘোষণা কৰিছে অসম চৰকাৰে ৷ এই ঘোষণাৰ পাছতে গোলাঘাটত দেখা গৈছে লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ ৷ গণ সংক্ৰমনৰ দিশে আগবঢ়া গোলাঘাটত সপ্তাহিক লকডাউনৰ দ্বিতীয় দিনা প্ৰতিজন নাগৰিকে পালন কৰিছে চৰকাৰী নীতি নিৰ্দেশনা ৷ সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰী সকল ব্যস্ত হৈ পৰিছে চহৰ খন চেনিটাইজ কৰাত ৷

ABOUT THE AUTHOR

...view details