অসম

assam

By

Published : Apr 8, 2020, 9:04 PM IST

ETV Bharat / videos

লক ডাউনৰ মাজতে ডিব্ৰুগড়ত ভয়াবহ দৃশ্য...

ডিব্ৰুগড়,8 এপ্ৰিলঃ লক ডাউনৰ মাজতে ডিব্ৰুগড়ৰ টেঙাখাটৰ বেংক সমূহত লানি নিছিঙা গ্ৰাহকৰ সোঁত পৰিলক্ষিত হয় ৷ জনধন একাউণ্টত জমা হোৱা ধন সংগ্ৰহ কৰিবলৈ গাঁৱসমূহৰ পৰা লক ডাউন ভংগ কৰি ওলাই আহে শতাধিক মহিলা ৷ দৰাচলতে বেংকৰ ভিতৰলৈ এজনকৈ লোক প্ৰৱেশ কৰিবলৈ দিয়াত বাহিৰত ভিৰ কৰে গ্ৰাহকসকলে ।

ABOUT THE AUTHOR

...view details