অসম

assam

ETV Bharat / videos

লাওখোৱা অভয়াৰণ্যত ৰক্ষকেই ভক্ষক ! - Rhino Poucher

By

Published : Jun 25, 2019, 9:37 PM IST

গঁড় শূণ্য এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য। শেহতীয়াকৈ লাওখোৱা অভয়াৰণ্যৰ পৰা এটা প্ৰাপ্তবয়স্ক মাইকী গঁড় সন্ধানহীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ই টি ভি ভাৰতত আৰু অৱশেষত অভয়াৰণ্যত উদ্ধাৰ হ'ল সন্ধানহীন গঁড়টোৰ কংকালৰ কিছু অংশ। কংকাল উদ্ধাৰ হোৱা স্থানৰ পৰাই উদ্ধাৰ হৈছে বন বিভাগে ব্যৱহাৰ কৰা থ্ৰী নট থ্ৰী ৰাইফলৰ এটা খালী কাৰ্টিজ। ঘটনাই এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। সমগ্ৰ ঘটনাত বন বিভাগ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে...চাওক এক প্ৰতিবেদন

ABOUT THE AUTHOR

...view details