অসম

assam

ETV Bharat / videos

চিকিৎসালয়ৰ কোঠাত ওলাইছে দমে দমে ম্যাদ উকলা দৰৱ ! - expired medicine

By

Published : Oct 7, 2021, 1:41 PM IST

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়(Kushal Konwar Civil Hospital)ত দমে দমে ম্যাদ উকলি যোৱা দৰৱ । কোনো সামগ্ৰীৰ গুদাম নহয়, চিকিৎসালয়খনত এয়া দমে দমে পৰি ৰোৱা ম্যাদ উকলি যোৱা দৰৱ ৷ ইফালে ৰাইজে দৰৱ বিচাৰি গ’লে উপলব্ধ নোহোৱা বহু মূল্যবান দৰৱ এনেদৰেই ম্যাদ উকলি পৰি ৰৈছে চিকিৎসালয়খনৰ এটা কোঠাত । এই দৃশ্য পোহৰলৈ অহাৰ পাচতে এয়া স্বাস্থ্যমন্ত্ৰীৰ চৰম গাফিলতি বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনে । চিকিৎসালয় কৰ্তৃপক্ষৰ এনে কাণ্ড‌ই এতিয়া চকু কপালত তুলিছে গোলাঘাটৰ সচেতন মহলৰ ।

ABOUT THE AUTHOR

...view details