অসম

assam

বিটিআৰত দৰিদ্ৰ পৰিয়ালক সহায়ৰ অৰ্থে ভূমি পৰামৰ্শদাতা সমিতি গঠন

By

Published : Sep 24, 2021, 10:32 AM IST

বাক্সা জিলাৰ আৱৰ্ত ভৱনত বৃহস্পতিবাৰে বিটিআৰ(BTR)ৰ অধ্যক্ষ কাতিৰাম বড়োৰ উপস্থিতিত ভূমি পৰামৰ্শদাতা সমিতি(Land Advisory Committee) গঠন ৷ লগতে 14 গৰাকীক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় প্ৰমাণ পত্ৰ ৷ বিটিআৰৰ যিসকল দৰিত্ৰ পৰিয়ালে ভূমি নামজাৰি হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকৰ সমস্যা সমাধানত এই সমিতিয়ে আশানুৰূপ ব্যৱস্থা গ্ৰহণ কৰিব । চাওক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details