অসম

assam

By

Published : Oct 31, 2021, 6:06 PM IST

ETV Bharat / videos

বোকাখাতত বিলাসী বাহনৰ পৰা জব্দ লালি গুৰ

বোকাখাতত জব্দ বৃহৎ পৰিমাণৰ লালিগুৰ ৷ শনিবাৰে নিশা বোকাখাতৰ ৰজাবাৰীত বোকাখাত আৰক্ষীয়ে AS01AN 2930 নম্বৰৰ এখন ৱাগনাৰ বাহনৰ পৰা জব্দ কৰে ১১ টিন লালি গুৰ ৷ উদ্ধাৰ হোৱা গুৰখিনি চুলাই প্ৰস্তুৰ বাবে নিয়া হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ বোকাখাত আৰক্ষীয়ে AS01AN 2930 নম্বৰৰ বাহনখন জব্দ কৰাৰ লগতে বোকাখাত জ্যোতিপুৰৰ চন্দ্ৰকান্ত বৰা নামৰ এজনক ব্যক্তিকো আটক কৰিছে ।

ABOUT THE AUTHOR

...view details