অসম

assam

By

Published : Jun 24, 2020, 11:50 PM IST

ETV Bharat / videos

বিটিচিৰ পৰিষদীয় নিৰ্বাচনঃ নৱ কুমাৰ শৰণীয়াৰ এক্সক্লুছিভ সাক্ষাৎকাৰ

বিটিচিৰ পৰিষদীয় নিৰ্বাচন সমাগত ৷ নিৰ্বাচনত গণ সুৰক্ষ পাৰ্টিৰ ৰাজনৈতিক ৰণ নীতি সন্দৰ্ভত বহু কথাই জনালে কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ বিপিএফ দলে কিমান আসন পাব, বিজেপিৰ বিৰুদ্ধে কি ধৰণৰ ৰণনৈতিক মনোভাৱ ল'ব, ইত্যাদি বিভিন্ন কথা ব্যক্ত কৰে তেওঁ এই সাক্ষাৎকাৰত ৷ চাওঁক ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা নৱ কুমাৰ শৰণীয়াৰ এক্সক্লুছিভ সাক্ষাৎকাৰটো...

ABOUT THE AUTHOR

...view details